Dance

Devadasi dance

মন্দিৰৰ দেৱতাৰ সন্তুষ্টিৰ বাবে মন্দিৰ বিশেষে এক শ্ৰেণীৰ নৰ্ত্তকী ছোৱালী নিয়োগ কৰা হৈছিল। তেওঁলোকক দেৱদাসী (দেৱতাৰ দাসী) বোলা হৈছিল আৰু তেওঁসকলে কৰা নৃত্য দেৱদাসী নৃত্য নামেৰে জনা গৈছিল।

Devdashi Nritya; performed by artiste at the cultural programme organised by All India Radio Nagaon at Chandra Phukan Memorial Ampli Theatre Hall on Monday Evening.
Photo: Diganta Talukdar · CC BY 2.0+ Add licensed photo →
Understand in 30 Seconds · In Plain Words

Quick guide to Devadasi dance

Sourced or Silent · CC BY-SA 4.0

মন্দিৰৰ দেৱতাৰ সন্তুষ্টিৰ বাবে মন্দিৰ বিশেষে এক শ্ৰেণীৰ নৰ্ত্তকী ছোৱালী নিয়োগ কৰা হৈছিল।

01 · What it is
Dance

Live movement, rhythm, costume, or staged dramatic performance passed between generations.

02 · Where & name
Geography awaiting source

Add a cited source naming the region or community that carries it.

03 · How it is doing
□□□□ (Not yet assessed)

Documented in open cultural records, but no cited field assessment of its current vitality has been added here yet.

04 · Proof & reuse
2 cited sources

Every claim links to a public record below. Free to quote, teach, and share under CC BY-SA 4.0.

Chapter Takeaways
অসমত দেৱদাসী নৃত্যঅসমত দেৱদাসী নৃত্যৰ প্ৰচলন কেতিয়াৰ পৰা হ’ল তাক সঠিকভাৱে জনা নগ’লেও ইয়াক ঘাইকৈ শৈৱ ধৰ্মৰ প্ৰভাৱৰ ফল বুলি ক’ব পাৰি।
Common Questions Answered on Record
What is Devadasi dance in plain words?

মন্দিৰৰ দেৱতাৰ সন্তুষ্টিৰ বাবে মন্দিৰ বিশেষে এক শ্ৰেণীৰ নৰ্ত্তকী ছোৱালী নিয়োগ কৰা হৈছিল।

Where is Devadasi dance practised or documented?

No verified geographic place has been linked on record yet — editors can add a cited place from the edit page.

What is the current condition of Devadasi dance today?

□□□□ (Not yet assessed): Documented in open cultural records, but no cited field assessment of its current vitality has been added here yet.

How do I cite or share this Devadasi dance entry?

Cite as: "Devadasi dance." folkroom, https://folkroom.org/art-forms/devadasi-dance, text CC BY-SA, with attribution.

Share or cite this roomNo tracking · CC BY-SA 4.0
WhatsAppXLinkedInRedditFacebook

The tradition & historical record

2 min read · 2 sources

মন্দিৰৰ দেৱতাৰ সন্তুষ্টিৰ বাবে মন্দিৰ বিশেষে এক শ্ৰেণীৰ নৰ্ত্তকী ছোৱালী নিয়োগ কৰা হৈছিল। তেওঁলোকক দেৱদাসী (দেৱতাৰ দাসী) বোলা হৈছিল আৰু তেওঁসকলে কৰা নৃত্য দেৱদাসী নৃত্য নামেৰে জনা গৈছিল। কলহনৰ ৰাজতৰংগিণী, কৌটিল্যৰ অৰ্থশাস্ত্ৰ, দামোদৰ গুপ্তৰ কুট্টনীমতম্‌আদি গ্ৰন্থত আৰু সোমনাথ মন্দিৰত দেৱদাসী নৃত্য থকাৰ কথা জনা যায়। পদ্ম পুৰাণ আৰু ভৱিষ্য পুৰাণতো ইয়াৰ কথা উল্লেখ আছে। কালিদাসে মেঘদূত কাব্যত এই নৃত্যৰ কথা উল্লেখ কৰিছে। ভাৰতৰ বিভিন্ন ঠাইত প্ৰচলিত এই নৃত্যৰ নাম ঠাই বিশেষে বেলেগ বেলেগ। 1

অসমত দেৱদাসী নৃত্য

অসমত দেৱদাসী নৃত্যৰ প্ৰচলন কেতিয়াৰ পৰা হ’ল তাক সঠিকভাৱে জনা নগ’লেও ইয়াক ঘাইকৈ শৈৱ ধৰ্মৰ প্ৰভাৱৰ ফল বুলি ক’ব পাৰি। দেৱদাসী সকলক মন্দিৰৰ কামত নিয়োগ কৰিব পৰাটো সৌভাগ্যৰ কাৰণ বুলি ভবা হৈছিল আৰু সেয়ে অসমৰ ৰজাসকলে শিৱ মন্দিৰ স্থাপন কৰি তাত নৰ্ত্তকী নিয়োগ কৰিছিল দেৰগাঁৱৰ নেঘেৰিটিং, বিশ্বনাথৰ শিৱ মন্দিৰ আৰু বজালীৰ নিকটৱৰ্ত্তী ডুবি পৰিহৰেশ্বৰ দেৱালয়ৰ দেৱদাসী নৃত্য বিখ্যাত। দেৱদাসী নৰ্ত্তকী সকলে কঁকালত লহঙা বা মেখেলা ব্যৱহাৰ কৰিছিল। গাত হাতৰ সৰু গাঠিলৈকে ঢকা দীঘল বগা গা-চোলা পিন্ধে আৰু বুকুত এখন ৰিহা টানি মেথনি মাৰি মূৰৰ খোপালৈকে পাৰ কৰি নিয়ে। হাত, কাণ, নাক, হাতৰ আঙুলি, ভৰিৰ আঙুলি আদিত নানা তৰহৰ বস্তু বা আ-অলংকাৰ ব্যৱহাৰ কৰে। এই নৃত্যত মন্দিৰৰ ওচৰৰ পুখুৰীত স্নান কৰি, পানীৰ দাপোণত নিজৰ প্ৰতিবিম্ব চাই, নিজকে সু-সজ্জিত কৰি, কেশ-বিন্যাসেৰে বিভিন্ন প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰি লাস্যময়ী হৈ মন্দিৰৰ বিগ্ৰহক পূজা কৰা যেন দেখুৱা হয়। ইয়াৰ বেশ-ভূষা আৰু লয়-লাস ভঙ্গী বৰ চিত্তাকৰ্ষক। নৃত্যৰ লগত খোল, তাল, শংখ আৰু বৰকাঁহৰ ব্যৱহাৰৰ কথা জনা যায়। খোলৰ বাৰতা ঘাতৰ নৃত্যৰ বিভিন্ন অংশ প্ৰদৰ্শন কৰা হয়। 1

The text above is adapted from the Wikipedia article “দেৱদাসী নৃত্য”, available under the Creative Commons Attribution-ShareAlike 4.0 licence. 1

Devadasi dance is type of dance, according to the structured record cited below. This entry was generated automatically from that record and has not yet been reviewed by a person familiar with the tradition. 2

No recording linked yet — know one? Point at it →
Sourced or Silent · Still Open

Questions awaiting a cited source

+ Answer with a source →
How many people perform it today?
When is it first attested, and by whom?

Other rooms in Dance

Same family · with a photograph