Family unrecorded

Natua

India

নাটুৱা হৈছে অসমত বসবাস কৰা পাতৰ, ভূমিজ, মুণ্ডা, ওৰাং প্ৰভৃতি চাহ জনজাতি লোকৰ মাজত প্ৰচলিত এক নৃত্য। চাহ জনজাতিলোকৰ বিয়াত এই নাচ এক আকৰ্ষণীয় বিষয়। তদুপৰি আন আন সামাজিক উৎসৱতো এই নাচ অনুষ্ঠিত হয়।

Natua is a ancient Folk Dance of Purulia District
Natua is a ancient Folk Dance of Purulia District
Natua is a ancient Folk Dance of Purulia District
Photo: Goutam1962 · CC BY-SA 4.0+ Add licensed photo →
Understand in 30 Seconds · In Plain Words

Quick guide to Natua

Sourced or Silent · CC BY-SA 4.0

নাটুৱা হৈছে অসমত বসবাস কৰা পাতৰ, ভূমিজ, মুণ্ডা, ওৰাং প্ৰভৃতি চাহ জনজাতি লোকৰ মাজত প্ৰচলিত এক নৃত্য।

01 · What it is
Living Tradition

Documented cultural tradition on record; family classification awaits an editor.

02 · Where & name
India

Placed on record in India.

03 · How it is doing
□□□□ (Not yet assessed)

Documented in open cultural records, but no cited field assessment of its current vitality has been added here yet.

04 · Proof & reuse
2 cited sources

Every claim links to a public record below. Free to quote, teach, and share under CC BY-SA 4.0.

Chapter Takeaways
বিৱৰণনাটুৱাজনে ভাওনাত ভাৱৰীয়াই পিন্ধা পোছাক পিন্ধে আৰু মূৰত মুকুট থাকে।
Common Questions Answered on Record
What is Natua in plain words?

নাটুৱা হৈছে অসমত বসবাস কৰা পাতৰ, ভূমিজ, মুণ্ডা, ওৰাং প্ৰভৃতি চাহ জনজাতি লোকৰ মাজত প্ৰচলিত এক নৃত্য।

Where is Natua practised or documented?

Sources on this page place Natua in India.

What is the current condition of Natua today?

□□□□ (Not yet assessed): Documented in open cultural records, but no cited field assessment of its current vitality has been added here yet.

How do I cite or share this Natua entry?

Cite as: "Natua." folkroom, https://folkroom.org/art-forms/natua, text CC BY-SA, with attribution.

Share or cite this roomNo tracking · CC BY-SA 4.0
WhatsAppXLinkedInRedditFacebook

The tradition & historical record

2 min read · 2 sources

নাটুৱা হৈছে অসমত বসবাস কৰা পাতৰ, ভূমিজ, মুণ্ডা, ওৰাং প্ৰভৃতি চাহ জনজাতি লোকৰ মাজত প্ৰচলিত এক নৃত্য। চাহ জনজাতিলোকৰ বিয়াত এই নাচ এক আকৰ্ষণীয় বিষয়। তদুপৰি আন আন সামাজিক উৎসৱতো এই নাচ অনুষ্ঠিত হয়। 1

বিৱৰণ

নাটুৱাজনে ভাওনাত ভাৱৰীয়াই পিন্ধা পোছাক পিন্ধে আৰু মূৰত মুকুট থাকে। ভৰিত 'ঘুংগুৰ' (জুনুকা) পিন্ধা নাটুৱাজন হাতত ঢাল আৰু তৰোৱাল লয় আৰু বাদ্য আৰু গীতৰ ছেৱে ছেৱে এক বিশেষ ভংগীৰ নৃত্য পৰিৱেশন কৰে। এই নৃত্যত বজোৱা বাদ্যবোৰ হ'ল- 1

ভেঁড় (এক বিশেষ ধৰণৰ পেঁপাৰ দৰে বাদ্য, দীঘলে আঠ- দহ হাত) ঢাক ( এবিধ ডাঙৰ আৰু দীঘল মোৰ) চেহনাই (এবিধ পেঁপা; আগ অংশ পিতলেৰে তৈয়াৰী) কুৰুধাতু (শিঙাৰ দৰে এবিধ দীঘল বাদ্য) সাধাৰণতে বৰযাত্ৰীৰ লগত আগে আগে নাটুৱাই নাচি নাচি গৈ থাকে। নাটুৱা কুৰিজন পৰ্যন্ত থাকিব পাৰে। কইনাঘৰীয়া বা আন লোকে বৰযাত্ৰীক আগছিলে নাটুৱাই নৃত্য পৰিৱেশন কৰি দেখুৱাব লাগে। কইনা ঘৰতো নাটুৱাৰ নাচ অনুষ্ঠিত হয়। এই নাচ বৰ্তমান মধ্যপ্ৰদেশ আৰু বিহাৰৰ কোনো কোনো ঠাইত প্ৰচলিত আছে। সেই ঠাইৰপৰা অসমলৈ প্ৰব্ৰজন কৰা উল্লিখিত জনজাতি লোকৰ মাজত এই নাচ প্ৰচলিত। অতীতত এই জাতিৰ লগত আন এটা জাতিৰ সঘনে যুদ্ধ- বিগ্ৰহ লাগিছিল। এটা জাতিয়ে যুদ্ধলৈ আগবাঢ়ি যাওঁতে নতুবা যুদ্ধজয় কৰি উভতি আহোঁতে যুঁজাৰু দলৰ আগত এনে নাটুৱা দল নিছিল। সেই পৰম্পৰা বৰ্তমান বৰযাত্ৰী আগবাঢ়ি যাওঁতে প্ৰচলিত থকা হৈ ৰʼল। হাতৰ ঢাল আৰু তৰোৱাল জৰিয়তে যুদ্ধ কৰাৰ অংগি- ভংগীয়েই এই নাচৰ বিশেষ মুদ্ৰা 1

The text above is adapted from the Wikipedia article “নাটুৱা”, available under the Creative Commons Attribution-ShareAlike 4.0 licence. 1

Natua is recorded in open cultural data. The structured record cited below does not describe the practice, and this entry has not yet been reviewed by a person familiar with the tradition. 2

No recording linked yet — know one? Point at it →
Sources on Record
Sourced or Silent · Still Open

Questions awaiting a cited source

+ Answer with a source →
How many people perform it today?
When is it first attested, and by whom?