Archival Room Dossier 2 min read · 2 sources
Condition
Not yet sourced Still being documented No source on file assesses this tradition's condition yet. Sourcing Depth
Thinly sourced This page cites 1–4 sources — a start, not yet independent confirmation. Primary Geography India
First Attested Unknown
Practitioners Awaiting cited count
Steward Desk Editorial & Ethnographic Desk
Connected Index & Room Ledger
"Phawangkut." folkroom, https://folkroom.org/art-forms/phawangkut, text CC BY-SA, with attribution. Copy cite
Understand in 30 Seconds · In Plain Words
Quick guide to Phawangkut Sourced or Silent · CC BY-SA 4.0 ফাবাংকূট উৎসৱ উৎসৱ ডিমা হাচাও জিলাত বসবাস কৰা কম জনসংখ্যাৰ ’বেইটে’ সম্প্ৰদায়ৰ পয়োভৰপূৰ্ণ জাতীয় উৎসৱ৷ এই উৎসৱ কৃষিকৰ্মৰ লগত জড়িত৷ কৃষিকৰ্মৰ লগত জড়িত আন আন উৎসৱসমূহ হ’ল, কৃষিৰ আৰম্ভণিৰে পৰা একাদিক্ৰমে চেমচ’ই কূট, পামচাৰ কূট, লাবাংকূট আদ…
01 · What it is
Living Tradition Documented cultural tradition on record; family classification awaits an editor.
02 · Where & name
India Placed on record in India.
03 · How it is doing
□□□□ (Not yet assessed) Documented in open cultural records, but no cited field assessment of its current vitality has been added here yet.
04 · Proof & reuse
2 cited sources Every claim links to a public record below. Free to quote, teach, and share under CC BY-SA 4.0.
Chapter Takeaways
সাজ-পাৰ উৎসৱ উপলক্ষে বেইটে জনগোষ্ঠীৰ পুৰুষ মহিলা উভয়েই পৰম্পৰাগত সাজ-পাৰ পিন্ধি নৃত্যত অংশ গ্ৰহণ কৰে৷ মহিলাসকল বোঁৱা-কটাত পাকৈত৷ তেওঁলোকে ’পৱন-ৰিকল’(কঁকালত বান্ধি মাটিত বহি বোৱা তাঁতশাল)ত তেওঁলোকৰ সাজ-পাৰ বৈ উলিয়ায়৷…
বাদ্যযন্ত্ৰ ফাবাংকূট উৎসৱ বা আন উৎসৱত বেইটেসকলে চেৰেণ্ডা, ’ভাৰৰিবো’(কাঁহ), ’ভাৰপুই’(বৰকাঁহ), ’খুৱং’ (ঢোল), ’ৰচেম’( তিতালাউৰ খোলা আৰু বাঁহীৰ দ্বাৰা তৈয়াৰী বাদ্য), ’চংপ্ৰেং’ (বাঁহ এপাবত দুডাল চেঁচুৰে সজা বাদ্য), ’থেইলে’(বাঁহী),…
Common Questions Answered on Record
What is Phawangkut in plain words? ফাবাংকূট উৎসৱ উৎসৱ ডিমা হাচাও জিলাত বসবাস কৰা কম জনসংখ্যাৰ ’বেইটে’ সম্প্ৰদায়ৰ পয়োভৰপূৰ্ণ জাতীয় উৎসৱ৷ এই উৎসৱ কৃষিকৰ্মৰ লগত জড়িত৷ কৃষিকৰ্মৰ লগত জড়িত আন আন উৎসৱসমূহ হ’ল, কৃষিৰ আৰম্ভণিৰে পৰা একাদিক্ৰমে চেমচ’ই কূট, পামচাৰ কূট, লাবাংকূট আদ…
Where is Phawangkut practised or documented? Sources on this page place Phawangkut in India.
What is the current condition of Phawangkut today? □□□□ (Not yet assessed): Documented in open cultural records, but no cited field assessment of its current vitality has been added here yet.
How do I cite or share this Phawangkut entry? Cite as: "Phawangkut." folkroom, https://folkroom.org/art-forms/phawangkut, text CC BY-SA, with attribution.
Share or cite this room No tracking · CC BY-SA 4.0
The tradition & historical record 2 min read · 2 sources ফাবাংকূট উৎসৱ উৎসৱ ডিমা হাচাও জিলাত বসবাস কৰা কম জনসংখ্যাৰ ’বেইটে’ সম্প্ৰদায়ৰ পয়োভৰপূৰ্ণ জাতীয় উৎসৱ৷ এই উৎসৱ কৃষিকৰ্মৰ লগত জড়িত৷ কৃষিকৰ্মৰ লগত জড়িত আন আন উৎসৱসমূহ হ’ল, কৃষিৰ আৰম্ভণিৰে পৰা একাদিক্ৰমে চেমচ’ই কূট, পামচাৰ কূট, লাবাংকূট আদি৷ তেওঁলোকৰ উৎসৱসমূহ প্ৰধানকৈ দুই ভাগত ভগাব পাৰি, কৃষিভিত্তিক আৰু বিজয় প্ৰদৰ্শক৷ কৃষিভিত্তিক এই ফাবাংকূট উৎসৱ ভৈয়ামৰ ভোগালী বিহুৰ দৰে কৃষি কাৰ্য সামৰণি পৰাৰ পাছত ভঁৰালত লখিমী সুমুওৱাৰ আনন্দত সকলোৱে মিলি নৃত্য-গীতৰ মাজেৰে পালন কৰে৷ এই উৎসৱৰ মূল কেন্দ্ৰবিন্দু বেইটে জনগোষ্ঠীৰ উপাস্য দেৱতা “ফাবাংকূট পাৰ্থিয়ান’’৷ সমাজৰ মুখীয়ালসকলৰ নেতৃত্বত নৃত্য-গীতৰ সকলো অনুষ্ঠান সুপৰিচালিত হয়৷ মুখীয়ালসকল হ’ল, ’খুৱপু’ (গাওঁবুঢ়া), ’চিয়েৰ কালিম’ ( মূখ্য বিষয়া), ’থিয়েমপু’ (পূজাৰী) আদি৷ এইসকলৰ আলোচনা আৰু পৰামৰ্শমতে অন্যান্য উৎসৱৰ দৰে ফাবাংকূট উৎসৱৰো আয়োজন কৰা হয়৷ ফাবাংকূট গাঁৱৰ মাজৰ মুকলি ঠাইত অনুষ্ঠিত কৰা হয়৷ ’ফাবাংকূট পাৰ্থিয়ান’ক উদ্দেশ্যি ’থিয়ামপু’য়ে ছাগলী, কুকুৰা, ম’হ, গাহৰি আদি বলি দিয়ে৷ তাৰপাছত সকলোৱে লাউপানী আৰু ভোজ-ভাত খাই আনন্দ কৰে৷ এই উৎসৱত নানা খেল-ধেমালি আৰু নৃত্য পৰিৱেশন কৰি গীতৰ দ্বাৰা মনৰ ভাব প্ৰকাশ কৰি গীত জুৰে৷ ফাবাংকূট উৎসৱত দুখ প্ৰকাশক গীতো গোৱা হয়৷ উৎসৱৰ আনন্দৰ মাজতে গাভৰুৱে অতীতৰ প্ৰেমৰ কথা সুঁৱৰি বিলাপগীত গায়৷ গাভৰুৰ প্ৰেমিকৰ যদি মৃত্যু হয়, তেন্তে তেওঁৰ গুণ-যশ বৰ্ণাই উৎসৱৰ মাজতে শোক কৰে৷ তেনে এটি শোকগীতৰ উদাহৰণ কথাৰে দিয়া হ’ল:-- ’যুদ্ধত শত্ৰুক জিনিবৰ জোখাৰে তেওঁৰ প্ৰিয়তম শক্তিমন্ত নহয়, সেয়ে শত্ৰুৱে তেওঁক মৃত্যুৰ মুখলৈ ঠেলি দিলে৷ তেওঁৰ মিঠা সান্নিধ্যৰ মধুৰ স্মৃতিয়ে আজিও গাভৰুগৰাকীৰ হৃদয়ৰ গোপন অংশ হেঁচুকি যায়.....৷’ 1
সাজ-পাৰ উৎসৱ উপলক্ষে বেইটে জনগোষ্ঠীৰ পুৰুষ মহিলা উভয়েই পৰম্পৰাগত সাজ-পাৰ পিন্ধি নৃত্যত অংশ গ্ৰহণ কৰে৷ মহিলাসকল বোঁৱা-কটাত পাকৈত৷ তেওঁলোকে ’পৱন-ৰিকল’(কঁকালত বান্ধি মাটিত বহি বোৱা তাঁতশাল)ত তেওঁলোকৰ সাজ-পাৰ বৈ উলিয়ায়৷ মহিলাসকলে ’পুৱানবুম’(মেখেলা), ’জাকুৱা’(ছাৰ্ট বা চোলা), ’চইপৱন’(মেঠনি) আৰু ’ৰিটাই’ (মূৰত মৰা ফিটা) পিন্ধে৷ পুৰুষসকলে ’পুৱান’(ধুতি), ’ৰিংজেল’(চোলা), আৰু ’লুখুম’(পাগুৰি) পিন্ধে৷ মহিলাসকলে পইচাৰে গঁথা ’ৰিথাই’ (মালা) অলংকাৰ হিচাপে পৰিধান কৰে৷ 1
বাদ্যযন্ত্ৰ ফাবাংকূট উৎসৱ বা আন উৎসৱত বেইটেসকলে চেৰেণ্ডা, ’ভাৰৰিবো’(কাঁহ), ’ভাৰপুই’(বৰকাঁহ), ’খুৱং’ (ঢোল), ’ৰচেম’( তিতালাউৰ খোলা আৰু বাঁহীৰ দ্বাৰা তৈয়াৰী বাদ্য), ’চংপ্ৰেং’ (বাঁহ এপাবত দুডাল চেঁচুৰে সজা বাদ্য), ’থেইলে’(বাঁহী), ’টেংৰেপ’(তাল), ’টুই মেই খুৱং’(বাঁহৰ চুঙাৰ বাদ্য) আদি বজাই গীতৰ তালে তালে নৃত্য কৰে৷ 1
The text above is adapted from the Wikipedia article “ফাবাংকূট উৎসৱ”, available under the Creative Commons Attribution-ShareAlike 4.0 licence. 1
Phawangkut is Festival, according to the structured record cited below. This entry was generated automatically from that record and has not yet been reviewed by a person familiar with the tradition. 2
How many people perform it today?
When is it first attested, and by whom?
What does it look like? No licensed photograph yet.
Placed in India, the country the record names.
Community Custody & Ethics
Do you practise or teach Phawangkut? Correct what is wrong, add what is missing, and cite your source. Every edit is a claim, and every claim needs one.