ফাৰকান্তি অসমত বসবাস কৰা অন্যতম প্ৰধান জনজাতি ৰাভাসকলৰ শ্ৰাদ্ধ অনুষ্ঠানৰ নাম।
01 · What it is
Living Tradition
Documented cultural tradition on record; family classification awaits an editor.
02 · Where & name
Geography awaiting source
Add a cited source naming the region or community that carries it.
03 · How it is doing
□□□□ (Not yet assessed)
Documented in open cultural records, but no cited field assessment of its current vitality has been added here yet.
04 · Proof & reuse
1 cited source
Every claim links to a public record below. Free to quote, teach, and share under CC BY-SA 4.0.
Common Questions Answered on Record
What is Farkanti and what does it mean?
ফাৰকান্তি অসমত বসবাস কৰা অন্যতম প্ৰধান জনজাতি ৰাভাসকলৰ শ্ৰাদ্ধ অনুষ্ঠানৰ নাম। Documented cultural tradition on record; family classification awaits an editor.
Where did Farkanti originate and where is it practised?
No verified geographic place has been linked on record yet — editors can add a cited place from the edit page.
Is Farkanti still practised today and what is its cultural significance?
□□□□ (Not yet assessed): Documented in open cultural records, but no cited field assessment of its current vitality has been added here yet.
How do I cite or reference Farkanti in research and Wikipedia?
Cite as: "Farkanti." folkroom, https://folkroom.org/art-forms/farkanti, text CC BY-SA, with attribution.
Farkanti — folkroom Archival DossierCanonical URI: https://folkroom.org/art-forms/farkantiScan QR code for primary sources, interactive World Atlas coordinates, and CC BY-SA 4.0 citation files (.bib / .ris).
The tradition & historical record
2 min read · 1 source
ফাৰকান্তি অসমত বসবাস কৰা অন্যতম প্ৰধান জনজাতি ৰাভাসকলৰ শ্ৰাদ্ধ অনুষ্ঠানৰ নাম। ৰংদানী আৰু মায়তৰী ৰাভাসকলৰ মাজতহে এই ফাৰকান্তি উৎসৱৰ প্ৰচলন আছে। এই শ্ৰাদ্ধ অনুষ্ঠানত ইনাই-বিনাই কান্দি একধৰণৰ শোকগীত পৰিৱেশন কৰা হয়। ইয়াকে ফাৰকান্তি গীত বোলা হয়। এই গীত পৰিৱেশনত বিলাপ কৰি কন্দা এজন বিশেষ ব্যক্তিয়ে সূত্ৰধাৰীৰ ভূমিকা পালন কৰে। এই সূত্ৰধাৰী কান্দোতাজনে কাণ টুকুৰী (সৰু তাল) নামৰ এবিধ তাল বজায় কান্দোনৰ লগে লগে। লগতে সুৰ-তাল মিলাই মৃতকৰ আত্মীয়-স্বজনেও কান্দে। সূত্ৰধাৰীয়ে ঈশ্বৰ আৰু মৃতকৰ আত্মাক প্ৰাৰ্থনা জনায়। মৃতকে পুনৰ জন্ম গ্ৰহণ কৰিলে যাতে কোনো ভক্ষণীয় প্ৰাণী হৈ জন্ম গ্ৰহণ নকৰে তাকে কামনা কৰে। ৰংদানী আৰু মায়তৰী ৰাভাসকলৰ প্ৰত্যেক ঘৰতে এযোৰ কাণ টুকুৰী আৰু এসাঁজ খাং বাহ (জামা-যুৰীয়া) ৰখাতো এক প্ৰকাৰৰ বাধ্যতামূলক সামাজিক দস্তুৰ। শ্ৰাদ্ধৰ দিনা ফাৰকান্তি গীত গাব জনা সূত্ৰধাৰজনে প্ৰথমতে তাল বজাই বিলাপ কৰি কান্দে আৰু তাৰ লগে লগে ধ্বনিত হৈ উঠে কাৰাবাঁহী, খাম, কাঁহ, শিঙা আদিৰ কৰুণ সুৰৰ মূৰ্চ্ছনা। এই সুৰৰ মূৰ্চ্ছনাত এসময়ত উপস্থিত সকলোটিয়ে পৰিমাৰ্জিত আৰু হৃদয়স্পৰ্শী লয়লাস ভঙ্গীমাৰে নৃত্য কৰিবলৈ ধৰে। জন্মান্তৰবাদত বিশ্বাস, বৈধৱ্যৰ দাৰুণ বেদনা অকালতে সাৱটি লোৱা ফুলবাৰী গাভৰুৰ প্ৰতি কটাক্ষ, মাছৰোকা, বাঢ়ৈটোকা, বাটিকটিকা চৰাইৰ প্ৰতি মৃতকৰ পৰৱৰ্তী জীৱন সমন্ধে প্ৰশ্ন নিক্ষেপ আদি বিভিন্ন বিষয়বস্তুৱে ঠাই পাই এই ফাৰকান্তি গীতসমূহত। গীতবোৰত কৰুণ ৰসৰ লগতে ঠাই ভেদে শৃংগাৰ, হাস্য আদি ৰসৰ প্ৰকাশো দেখা যায়।
The text above is adapted from the Wikipedia article “ফাৰকান্তি”, available under the Creative Commons Attribution-ShareAlike 4.0 licence.
Farkanti is folk custom of Rabha people, according to the structured record cited below. This entry was generated automatically from that record and has not yet been reviewed by a person familiar with the tradition. 1
A free public archive of the world’s living and endangered cultural traditions — documented with primary sources, geographic coordinates, and open-licensed photography. Two rooms, one wall. The door is open.
Farkanti Global Archive की पारंपरिक नृत्य और लोक नाट्य से जुड़ी एक जीवित परंपरा है। यह प्रलेख फ़ोकरूम (folkroom) सार्वजनिक अभिलेखागार में CC BY-SA 4.0 के अंतर्गत उपलब्ध है।
Farkanti என்பது Global Archive பகுதியைச் சேர்ந்த பாரம்பரிய நடனம் மற்றும் சடங்கு நாடகம் மரபாகும். folkroom பொது ஆவணக் காப்பகத்தில் (CC BY-SA 4.0) ஆதாரங்களுடன் பதிவு செய்யப்பட்டுள்ளது.
Farkanti হলো Global Archive অঞ্চলের ঐতিহ্যবাহী নৃত্য ও লোকনাট্য ধারার একটি জীবন্ত ঐতিহ্য। ফোকরুম (folkroom) উন্মুক্ত আর্কাইভে (CC BY-SA 4.0) প্রামাণ্য সূত্রসহ সংরক্ষিত।
Farkanti es una tradición viva de danza tradicional y teatro ritual documentada en Global Archive. Registro público de acceso abierto en folkroom (CC BY-SA 4.0).
Farkanti est une tradition vivante de danse traditionnelle et théâtre rituel originaire de Global Archive. Dossier documentaire en libre accès sur folkroom (CC BY-SA 4.0).
Farkanti adalah tradisi hidup tari tradisional dan teater ritual yang terdokumentasi di Global Archive. Arsip publik akses terbuka di folkroom (CC BY-SA 4.0).